Friday, December 20, 2019

ডিজিটেল ডেস্ক,  AHB 20dec,19:- যোৱা ১১ ডিচেম্বৰ নিশা ৯ বজাৰ পৰা চৰকাৰৰ আদেশ মৰ্মে  সকলো টেলিকম অপাৰটৰে অমসত ইন্টাৰনেট সেৱা সেৱা কৰ্তন কৰাৰ পাছত অসমৰ অনলাইন বজাৰখন বাৰুকৈয়ে নানা বাধাৰ সন্মুখীন হব লগা হয় | CAB   বিৰুদ্ধি আন্দোলন ক দমন কৰাৰ উদ্দেশ্য এই ব্যৱস্থা হাতত লোৱা হৈছিল যদিও কিন্তু ই ব্যৱসায়িক দিশত বাৰুকৈয়ে বিপদ আনে |
১ . ‍ula , uber, rapido , আদি ব্যৱসায়িক কোম্পানি লোকচানৰ সন্মুখীন হয় | ইয়াৰ গাড়ী চালক সকলৰ দিনটোৰ উপাৰ্জন নোহোৱা হৈ যায় ।‌ কেৱল গুৱাহাটী চহৰতে প্ৰায় দিন ৰ ৩০ হাজাৰ টকাকৈ কোম্পানীসমুহে লোকচানৰ সন্মুখীন হয়
২. অনলাইন কোৰিয়াৰ চাৰ্ভিচ যেনে  EKart, EcomExpress  আদিৰ সেৱা একেবাৰে বন্ধ হৈ যায় | প্ৰডাক্ট সমুহৰ late delivery ৰ বাবে বহুত অৰ্ডাৰ cancel হয় । প্ৰতিদিনৰ কমেও ১লাভ টকাৰ লোকচান কোম্পানী সমুহে ভোগ কৰিব লগা হয় ।
৩. বিভিন্ন অনলাইন food delivery সেৱা যেনে Zomato, Swiggy,  আদিৰ সেৱা বন্ধ হৈ যায় যাৰ ফলত ৰেস্টুৰেন্ট সমুহটো‌ অৰ্ডাৰ ৰ সংখ্যা কমি যায় | এজন food delivery boy য়ে দিনটোৰ কমেও ৫০০ টকা হেৰুৱাব লগা হয়
৪. তদুপৰি ইন্টাৰনেট সেৱা বন্ধ ই বিপাং ত পেলালে পৰীক্ষাৰ্থীক । সকলো স্কুল, কলেজ, মহাবিদ্যালয়ৰ পৰীক্ষা বাতিলৰ পাছত আজি পুৱা সেৱা মুকলি কৰাৰ পাছতহে পৰৰ্ৱতী notification আহি পৰে ।

ইফালে সমগ্ৰ অসম জুৰি ইমুৰৰ পৰা সিমুৰলৈ "কা" বিৰুদ্ধী আন্দোলনে অসম উত্তাল হৈয়ে আছে ।
শিল্পী সমাজ, বিভিন্ন দল সংগঠন, অসমীয়া ৰাইজ সকলোৱে "কা" ৰ প্ৰতিবাদত অসম উত্তাল কৰি ৰাখিছে |
ডিব্ৰুগড় ত ১৫ কিলোমিটাৰ যোৰা দীঘল সমদল উলিয়াই ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় । অহা ২২ জানুৱাৰী ত ইয়াৰ শুনানি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব ।

                        জয় আই অসম

No comments:

Post a Comment