Showing posts with label CAA. Show all posts
Showing posts with label CAA. Show all posts

Friday, December 20, 2019

পুনৰ ইন্টাৰনেট সেৱা কৰ্তন ৰ সম্ভাৱনা


ডিজিটেল ডেস্ক,AHB,20Dec,19:- যোৱা ১১ ডিচেম্বৰ ৰ পৰা ৰাজ্য ত ইন্টাৰনেট সেৱা কৰ্তনৰ পাছত আজি পুৱা ন বজাত পুনৰ ইন্টাৰনেট সেৱা মুকলি কৰি দিয়া পাছত আজি পুনৰ অসম চৰকাৰে ন্যায়লয়ত ইন্টাৰনেট সেৱা বন্ধ ৰ বাবে আবেদন জনায় | উল্লেখযোগ্য ‌যে যোৱা দুদিন ধৰি ন্যায়লয়ে ইন্টাৰনেট মুকলি কৰিবলৈ গৃহ বিষয়াক জাননী জাৰি কৰিছিল যদিও তাক অমান্য কৰি ৰাজ্যত সেৱা বন্ধ ৰাখিছিল ।‌কিন্তু আজি পুনৰ চৰকাৰে আবেদন কৰাত তাক ন্যায়লয়ে নাকচ কৰে| অসম চৰকাৰে কোনো ধৰণৰ বিদ্ৰোহী পোষ্ট ৰ মুখামুখী হোৱা ভয়‌তে এনে কৰিব লগা হৈছে বুলি জানিব পৰা গৈছে যাৰ লগে লগে পুনৰ ইন্টাৰনেট সেৱা বন্ধ হোৱাৰো শংকা আহি পৰিছে | চৰকাৰে ইতিমধ্যে চচিয়েল মিডিয়াত চোকা নজৰ ৰাখিছে আৰু ইতিমধ্যে ১০০ টা তকৈ বেছি case file হৈছে
                জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গৰ্গেও নিজৰ অনুৰাগী আৰু অসম বাসী চচিয়েল মিডিয়া ত আপত্তি জনক পোষ্ট নিদিবলৈ নিজৰ ফেচবুক পেজৰ জৰিয়তে অনুৰোধ কৰিছে |